Diya Ghurai Diya Guitar Chords and Lyrics
বাটৰে শেষতে
Scale : E
Chords : E, F#m, F#m7, G#m, C#m
(E)বাটৰে শেষতে
(C#m)বাট চাঁও তোমালে
(F#m)লৈ যোৱাহি
(E)আজি তোমাৰ বাটেৰে
(E)বাটৰে শেষতে
(C#m)বাট চাঁও তোমালে
(F#m)লৈ যোৱাহি
(E)আজি তোমাৰ বাটেৰে
(C#m)তুমি (F#m7)আহিলে
(E)নামে বুকুলে শাওন
(F#m)তুমি নহ'লে
(G#m)উকা উকা... মোৰ (E)ফাগুন
(E)বাটৰে শেষতে
(C#m)বাট চাঁও তোমালে
(F#m)লৈ যোৱাহি
(E)আজি তোমাৰ বাটেৰে
(C#m)আশে পাশে বুকুৰে তুমি
(A)ভেদিলা পৰিধি
(E)আৰু হ'লা হঠাতে
(E)কি যে আপোন
(C#m)এতিয়া নিজৰ হিয়াতে
(A)মই নিজেই আলহী
(F#m)আজৰি হৈ খবৰ (E)ল'বাচোন
(C#m)তুমি (F#m7)আহিলে
(E)নামে বুকুলে শাওন
(F#m7)তুমি নহ'লে
(G#m)উকা উকা... মোৰ (E)ফাগুন
(E)বাটৰে শেষতে
(C#m)বাট চাঁও তোমালে
(F#m)লৈ যোৱাহি
(E)আজি তোমাৰ বাটেৰে
(C#m)ভাঙি যোৱা প্ৰতিটো সপোন
(C#m)আৰু মনৰে দাপোন
(C#m)আজি তোমাক পালে(E) হয়
(E)আকৌ নতুন
(E)লৈ গলা (C#m)তুমি এনেকৈ
(C#m)বুকুতে যেনেকৈ
এটি (F#m7)চিনাকি নূপুৰৰ (E)ৰুণজুন
(C#m)তুমি আহিলে
(E)নামে বুকুলে শাওন
(F#m7)তুমি নহ'লে
(G#m)উকা উকা উকা মোৰ (E)ফাগুন
(E)বাটৰে শেষতে
(C#m)বাট চাঁও তোমালে
(F#m)লৈ যোৱাহি
(E)আজি তোমাৰ বাটেৰে
_______********______
Comments
Post a Comment