Posts

Showing posts from January, 2026

Diya Ghurai Diya Guitar Chords and Lyrics

Image
Diya Ghurai Diya  S inger-Zubeen Garg Album-Sishu Key: C Chords: C,C#,D,D#,E,F,F#,G,G#,Am,A# and B (C)দিয়া ঘূৰাই দিয়া (G)পৃথিৱী আমাৰ আ(Am)মাক (C)আইতাৰে সাধু তৰালি সৰা চোতা(Am)ল (C)সেইয়াই লাগে আ(G)মাক নালা(C)গে ওলোটা পৃথি(G)ৱী অ’ (C)আমি আমি(G)য়েই চোন পৃথি(C)ৱী ভঙা আৰু গ(G)ঢ়া সপোন ন(C)তুন (G)আনা (C)ঘূৰাই আনা ধ(G)ৰা নিভাজ (Am)হিয়াৰ (C)শেৱালি পাহিত দুভৰি থুনুক থা(Am)নাক (C)সেইয়াই লাগে আ(G)মাক নালা(C)গে ওলোটা পৃথি(G)ৱী অ’ (C)অমি অমি(G)য়েই চোন পৃথি(C)ৱী ভঙা অৰু গ(G)ঢ়া সপোন ন(C)তুন (C)ক খ গ ঘ আৰু ঙ (Am)পাটীগণিত আৰু (D)কুহি(C)পাঠ (Am)পঢ়ালা পঢ়ি আছো (D)শিকালা শিকি আছো (Am)এতিয়া কিয় দিয়া (D)মৰণ (C)আঘাত (C)বুৰন্জীৰে পাত লুতিয়ালে (Am)আমাৰ মৰমে (D)দিব (C)সকীয়াই (D)যদিহে আমাৰ (Am)অস্তিত্ব নাই (D)তেনে বুৰন্জী (C)কোনেও নাচায় | (C)Touch It Touch Your(G) Freedom Grab It, (C)Hold it and Bring To Your (G)Knees Oh, (C)with You We all are (G)with You We (C)make the World Shine like the (G)Sun (D)That's it (D)Touch It Touch Your (Am)Freedom Grab It, (D)Hold it and Bring To Your (Am)Knees Oh, (D)with You...

Mur Mon Guitar Chords and Lyrics | Zubeen Garg Song | Roi Roi Binale

Image
মোৰ মন | ৰৈ ৰৈ বিনালে | Zubeen Garg  Scale : F Chords : F, F7,Gm, Bb,Bbm,C,Dm, Dm7 Strumming Pattern : D-DD-D-DD (F)মোৰ মন দুচকুত (Dm)অসহায় (C)অকলশৰে  (F)মোৰ স্পৰ্শ মোৰ আকাশ (Dm)আছেই (C)একেথৰে  মোৰ (Bb)মন মোৰ (F)বুকুত লিখে একেই (C)আখৰে  মোৰ (Bb)মন মোৰ (F)ছবি আঁকে একেই (F7)সাঁথৰে  (F7)মোৰ মন দুচকুত (Dm)অসহায় (C)অকলশৰে  (F)মোৰ স্পৰ্শ মোৰ আকাশ (Dm)আঁকেই (C)একেথৰে (F)মোৰ আঁউসীৰ (Dm)জোনে আজি পোহৰ (Dm7)বিচাৰে  (F)মোৰ স্বপ্নভৰা (Dm)গানে ওঁঠেৰে নিগৰে  মোৰ (Gm)ডেউকাৰ ক'লা (Dm7)ৰং (Bbm)শুভ্র হ'ব (F)খোজে  মোৰ (Gm)কাজলী (Dm)ৰাতি (Bbm)বর্ণিল হ'ব (F)খোজে  (F)মোৰ মন (Dm7)দুচকুত (F7)অসহায় অকলশৰে  মোৰ (F)স্পৰ্শৰ (Dm7)বলাকাত (F7)বিচাৰা নিজৰ দৰে  মোৰ (Gm)মন হয় (Dm7)পাথৰ খুন্দি খুন্দি (F7)ভিতৰে  মোৰ (Gm)তীব্র (Dm7)কোলাহল ৰচে একেই (F)সাঁথৰে  (F)মোৰ মন (Dm)দুচকুত অসহায় (F)অকলশৰে  (F)মোৰ স্পৰ্শৰ (Dm7)বলাকাত (F)বিচাৰা নিজৰ দৰে (F)মোৰ মন (Dm)দুচকুত অসহায় (F)অকলশৰে  (Dm)মোৰ স্পৰ্শ মোৰ আকাশ আছেই (F)একেথৰে  .........................

Batore Hekhote Guitar Chords and Lyrics । বাটৰে শেষতে |.Zubeen Garg Song

বাটৰে শেষতে Scale : E Chords : E, F #m ​, F #m7 ​, G #m ​, C #m ​ (E)বাটৰে শেষতে (C #m ​)বাট চাঁও তোমালে (F #m ​)লৈ যোৱাহি (E)আজি তোমাৰ বাটেৰে (E)বাটৰে শেষতে (C #m ​)বাট চাঁও তোমালে (F #m ​)লৈ যোৱাহি (E)আজি তোমাৰ বাটেৰে (C #m ​)তুমি (F #m7 ​)আহিলে (E)নামে বুকুলে শাওন (F #m ​)তুমি নহ'লে (G #m ​)উকা উকা... মোৰ (E)ফাগুন (E)বাটৰে শেষতে (C #m ​)বাট চাঁও তোমালে (F #m ​)লৈ যোৱাহি (E)আজি তোমাৰ বাটেৰে (C #m ​)আশে পাশে বুকুৰে তুমি (A)ভেদিলা পৰিধি (E)আৰু হ'লা হঠাতে (E)কি যে আপোন (C #m ​)এতিয়া নিজৰ হিয়াতে (A)মই নিজেই আলহী (F #m ​)আজৰি হৈ খবৰ (E)ল'বাচোন (C #m ​)তুমি (F #m7 ​)আহিলে (E)নামে বুকুলে শাওন (F #m7 ​)তুমি নহ'লে (G #m ​)উকা উকা... মোৰ (E)ফাগুন (E)বাটৰে শেষতে (C #m ​)বাট চাঁও তোমালে (F #m ​)লৈ যোৱাহি (E)আজি তোমাৰ বাটেৰে (C #m ​)ভাঙি যোৱা প্ৰতিটো সপোন (C #m ​)আৰু মনৰে দাপোন (C #m ​)আজি তোমাক পালে(E) হয় (E)আকৌ নতুন (E)লৈ গলা (C #m ​)তুমি এনেকৈ (C #m ​)বুকুতে যেনেকৈ এটি (F #m7 ​)চিনাকি নূপুৰৰ (E)ৰুণজুন (C #m ​)তুমি আহিলে (E)নামে বুকুলে ...